Posts

Showing posts with the label High rated ocassional thoughts

Some inspirational thoughts about Teachers::Make your Day reading it.

Image
The word ‘teacher’ represents knowledge; transfer of the knowledge from the teacher to the taught. In fact, the foundation that builds a person in life is to great extent based on the knowledge he gets from his teacher. If there is somebody other than our parents who plays an important role in our mental development, it’s our teachers. Foradian pays a tribute to the positive and inspiring role that holds the ladder that we all climb as students, with some interesting quotes on teachers made by great personalities from various fields: “What is a teacher? I’ll tell you: it isn’t someone who teaches something, but someone who inspires the student to give of her best in order to discover what she already knows.” Paulo Coelho, The Witch of Portobello “The mediocre teacher tells. The good teacher explains. The superior teacher demonstrates. The great teacher inspires.” William Arthur Ward “They inspire you, they entertain you, and you end up learning a ton even...

আজিৰ মানুহে -A bitter but truth fact and analysis

Image
. ❑ আজিৰ মানুহে শিক্ষা গ্রহণ কৰে শিক্ষিত হোৱাৰ বাবে, মানুহ হোৱাৰ বাবে নহয় । . ❑ আজিৰ মানুহে ভালপায় ভোগ কৰাৰ বাবে , বিয়াৰ বাবে নহয় । . ❑ আজিৰ মানুহে টকা অর্জন কৰে ধনী হোৱাৰ বাবে , দুখীয়াক দিয়াৰ বাবে নহয়। . ❑ আজিৰ মানুহে সহায় কৰে লাভৰ কাৰণে , বিনা স্বাৰ্থত নহয় । . ❑ আজিৰ মানুহে মন্দিৰত যায় ভক্ত হোৱাৰ বাবে , পাপ মুক্তিৰ বাবে নহয় । . ❑ আজিৰ মানুহে ৰাতি নুশুৱে ফেচবুক কৰাৰ বাবে ,প্ৰিয়জনক সুৰক্ষাৰ বাবে নহয় । . ❑ আজিৰ মানুহে আনন্দ কৰে আনৰ কষ্ট দেখি , সুস্থ বিনোদনৰ বাবে নহয় । . ❑ আজিৰ মানুহে খাদ্য গ্রহণ কৰে বাসনা বিলাসৰ বাবে ,সুস্হ ভাবে জীয়াই থাকিবলৈ নহয়। . ❑ আজিৰ মানুহে পোছাক পৰিধান কৰে ফেশ্বনৰ বাবে, লজ্জা নিবাৰণৰ বাবে নহয় । . ❑ আজিৰ মানুহে বেংকত টকা থয় সুত পোৱাৰ বাবে , নিৰাপত্তাৰ বাবে নহয় । . ❑ আজিৰ মানুহে বন্ধুত্ব কৰে নিজৰ স্বাৰ্থৰ বাবে , ভালপোৱাৰ বাবে নহয় । . ❑ আজিৰ মানুহে দান কৰে লৌকিকতাৰ বাবে , মানবতাৰ বাবে নহয় . ❑ আজিৰ মানুহে ৰাজনীতি কৰে নেতা হোৱাৰ বাবে , জনসাধাৰণৰ বাবে নহয় । . ☞ আৰু এটা ডাঙৰ কথা কি জানে।আমাৰ মাজত যিজন ইয়াৰ ব্যতিক্ৰমী...