আজিৰ মানুহে -A bitter but truth fact and analysis


.
❑ আজিৰ মানুহে শিক্ষা গ্রহণ কৰে শিক্ষিত হোৱাৰ বাবে, মানুহ হোৱাৰ বাবে নহয় ।
.
❑ আজিৰ মানুহে ভালপায় ভোগ কৰাৰ বাবে , বিয়াৰ বাবে নহয় ।
.
❑ আজিৰ মানুহে টকা অর্জন কৰে ধনী হোৱাৰ বাবে , দুখীয়াক দিয়াৰ বাবে নহয়।
.
❑ আজিৰ মানুহে সহায় কৰে লাভৰ কাৰণে , বিনা স্বাৰ্থত নহয় ।
.
❑ আজিৰ মানুহে মন্দিৰত যায় ভক্ত হোৱাৰ বাবে , পাপ মুক্তিৰ বাবে নহয় ।
.
❑ আজিৰ মানুহে ৰাতি নুশুৱে ফেচবুক কৰাৰ বাবে ,প্ৰিয়জনক সুৰক্ষাৰ বাবে নহয় ।
.
❑ আজিৰ মানুহে আনন্দ কৰে আনৰ কষ্ট দেখি , সুস্থ বিনোদনৰ বাবে নহয় ।
.
❑ আজিৰ মানুহে খাদ্য গ্রহণ কৰে বাসনা বিলাসৰ বাবে ,সুস্হ ভাবে জীয়াই থাকিবলৈ নহয়।
.
❑ আজিৰ মানুহে পোছাক পৰিধান কৰে ফেশ্বনৰ বাবে, লজ্জা নিবাৰণৰ বাবে নহয় ।
.
❑ আজিৰ মানুহে বেংকত টকা থয় সুত পোৱাৰ বাবে , নিৰাপত্তাৰ বাবে নহয় ।
.
❑ আজিৰ মানুহে বন্ধুত্ব কৰে নিজৰ স্বাৰ্থৰ বাবে , ভালপোৱাৰ বাবে নহয় ।
.
❑ আজিৰ মানুহে দান কৰে লৌকিকতাৰ বাবে , মানবতাৰ বাবে নহয়
.
❑ আজিৰ মানুহে ৰাজনীতি কৰে নেতা হোৱাৰ বাবে , জনসাধাৰণৰ বাবে নহয় ।
.
☞ আৰু এটা ডাঙৰ কথা কি জানে।আমাৰ মাজত যিজন ইয়াৰ ব্যতিক্ৰমী হয়, আমি তেওলোকক হাঁহো, তেওলোকক উপলুঙা কৰো, বিতৰ্কত সোমাই দিও.. ।। এটা সময় আছিল যেতিয়া মানুহবোৰ সচাঁ মানুহ আছিল, আজিকালি যিটো পিনেই চাওঁ সকলোবোৰ হাড় মাংসৰে তৈয়াৰী পুতলা যেন লাগে ।
.
সংগ্ৰহ

Comments

Post a Comment

Popular posts from this blog

Why the arrears of 7th pay commission of Assam contractual Tet teachers will be late? Know the reason and analysis

A great sign of relief for Assam SSA TET teachers .Dont panic and stay calm for the time being now..

What is that 10 % enhancement on existing basic pay email order copy by SSA Assam?